সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এম ও মৃত্যুয়ে গুৰুক ভুইলা আনি লিনে। ৰাৰভূঞা সবে খাইলে লেখা দিবে কোনে আদি অন্ত নাহিকয় যতেক সঙ্কৰ। পদ বাহুল্যক ভয়ে নকহিলো আৰ২৮০ জান দক্ষিণ বহু কৰি উৰ্গ। সঙ্কৰয়ে পিতৃৰ কৰি কৃষোংসৰ্গ। ৰাধৰ গৈয়া তেৰে থাকিলা অৰ্গত। তিনি ভাই ৰৈলা তাতে হৈয়া কৃতকৃত্য॥২৮) ইসব কথাক আবে এহিমানে থওঁ। অনা সৰ্বলোক পূৰ্বকথা এক কওঁ। যেন কৃষ্ণে যদুবংশে হয়া অৱতাৰ। সেহি ভাব বুবিহা কথা তাসম্বাৰ।২২ কেন কথা দেখা ইটো মহা গুৰুতৰ। দিলোহে দৃষ্টান্ত শুনা শৰ সূৰ্যৰ। অজ্ঞান আন্ধাৰ দূৰ লোকৰ কৰিলা। তাতে সাধুসবে তায় সূৰ্য বুলি কৈ ২৩ অধ বক, কেশী, কংস বখিলাহ হৰি। শৰেয়ে দমিলা পাষণ্ড যত বৈৰী। হেন নি শৰত কৰিয়ো কাকূতি। কায়বাক্য মনে কৰা তাহা ভকতি ২৮৪ দেৱচেষ্টা নৰচেষ্টা ধৰা কতত বেশি। আজান শি ভাৱে কৰা কতো কেলি।