পৃষ্ঠা:গুৰুচৰিত.djvu/৭৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যৌৱন শৰীৰ তাইৰ গৌৰবৰ্ণ গায়। সন্ন্যাসীৰ দেখি উপজিল কামভাৱ। মনত বেলন্ত আবে কৰৰ কোনো কৰ্ম। পৰীক আলাপিলি এই হইৱে॥ ৩৩৯৮ কৰিলন্ত থিৰ মন বিৰিবি চাই। বোলে আপোনাৰ স্ত্ৰীক আলপিবো যাই। এহি বুলি বিপ্ৰবৰ চলি গৈলা ধৰে। আপোনাৰ গৃহ যাই পাইল অনবৰে। ৩০ শৃঙ্গাৰ সুখক ভেবে ভাৰ্যাক খুলি। ব্ৰাহ্মণী শুনিয়া কৃষ্ণ বিষ্ণুক অৰিল। নৱগুণ পুৰি খাই সন্ন্যাসী ভৈলাহা। ধৰ্ম্ম ভ্ৰষ্ট কৰি কেনে আয় কৰাহা॥৩৪০০ হোৱে নহে মোৰ কথা চে'ৰা মনে গুণি। কৰা মন থিৰ তুমি সৰ্বজ্ঞ আপুনি। এহি বুলি আনি দিলা পানী দিয়া ভাত। দিল তাম্বুল চোষা তাৰ ওপৰত। ৩৪ •১ ভাৰ্যৰ বিতণ্ডা হেন দেখি মহামানী। আপুনাক গৰিহি গৈল মনে সানি। হেন কৰ্ণনা দেখি লাগিল বিকাৰ। অগ্নি জাস কৰৰ বুলি মনে কৈলা সাৰ। ৩৪২ ইথা শুনিলে লোক গৰিহ কৰিবে। হাসিকে লোকে হেন দুৰ্ষণ ঘোষিবে।