পৃষ্ঠা:গুৰুচৰিত.djvu/৭৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুচৰিত এহি বুলি মৌন হুয়া সন্ন্যাসী ৰহিল। পুনপি আবোবাৰ শৰুৰে পুছিল। ৩৩৯২ কোন গ্ৰামে থাকাহা কাহাৰ তুমি শিষ্য। বৈক চৰিত্ৰ ইটো কহিলা ৰহস্য। হেন শুনি সন্ন্যাসী হৰি বৰ ভৈলা। আপুনাৰ কথা শঙ্কৰৰ আগে কৈলা। ৩০১৩ আছিল সন্ন্যাসী মহন্ত অনুপাম। কৰুন সেক তেন্তে বিষ্ণুপুৰি নাম। তান শিষ্য আছে ব্ৰহ্মানন্দ অতিশয়। তাহান সেৱক আমি জানি নিশ্চয়॥ ৩৩৯৪ হেন শুনি শঙ্কৰে বুলিলা পুন্ন কথা। বিষ্ণুপুৰি নাম তান ভৈল কিক তথা। অনন্তৰে বুলি সন্নাসী মহামতি। অল্প কৰি কহহ কিছো শুনিয়ে সম্প্ৰতি॥ ৩৩৯৫ এৰিলন্ত ভাৰ্যা নৱগুণ পৰি খাই। সন্ন্যাস ধৰ্মক ভেহে ধৰিলন্ত যাই। তাতো পাচে এহিতে কতো দিন আছে। শুনিয়োক বাপ যেন কথা ভৈলা পাচে ৩৩৯৬ একদিন গঙ্গাৰ ভীৰত ৰহিলন্ত। এজনী স্ত্ৰী তথা কাপোৰ ধোৱন্ত। হলফ কৰে ভন গায়ে যন্ত্ৰ নাই। বিষ্ণুপুৰি দেখি তৰে কৰি আছে চাই। ৩৩৯৭