পৃষ্ঠা:গুৰুচৰিত.djvu/৭৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তি জীৱনত কৰি মোৰ মৰপেলে ভাল। এহি বুলি অগনি জালিলা তৎকাল। ৩৪• জাল দিয়া অগনিত পৰিবাক গৈলা! হেন দেখি হৰি সন্ন্যাসীৰ আপ তৈলা। বোলে বিপ্ৰবৰ তুমি মৰা কি জানি। নমৰিবি কহো মই না মোৰ বাণী।৩৪ দেহৰ বিকাৰ যত শোক মোহচয়। তিনিয়ো লোকক ইটো জুৰিয়া আছয়॥ ব্ৰহ্মা হ আদি কৰি যত মহাধী। কৃষ্ণৰ মায়াৰ আগে কোনে হৈবে থিৰ। ৩৪৫ শুনিয়োক বিৱৰ কহে আবে মই। ভাগৱত শাস্ত্ৰ অভ্যাস কৰা তই। কৃষ্ণ ভকতি তোৰ হুইবেক প্ৰচুৰ। কাম ক্ৰোধ লোভ মোহ সবে হুইবে দূৰ। ৩৪৬ ভাগৱত বন মাজে আছে মহাৰ। মোৰ উপদেশে তাক লয়ে কৰি যত্ন। কৃষ্ণত বিবেক তোৰ বাঢ়িবেক আতি। দশোদিশে হুইবে বিষ্ণুপুৰি নাম খ্যাতি। হেন শুনি সন্নাসীৰ ৰোমাঞ্চিত গায়। পৰি প্ৰণামিলা উপজিল প্ৰেভাৱ। শুতে পৰি তুতি কৰিলন্ত সেৱ। তুমি আজি ভৈলা মোৰ নিজদেয়॥ ৩৪