পৃষ্ঠা:গুৰুচৰিত.djvu/৭৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পূৰ্ব জনম আৰ আহে পুণ্যগণ। সেহি কাৰ্যে শঙ্কৰৰ দেখিলে চৰণ। যৰে গৈয়া শৰৰ বস্ত্ৰ মূৰে লৈ। তাকে মাথে বান্ধি গৈয়া বৈকুণ্ঠক গৈল। ৩ কবীৰৰ নাতি নিত্যজটা নাম ৰাৰ। দেখিয়োক দুয়ো পাৰ পাইল সংসাৰৰ। সি জন্মৰ যাৰ যাৰ সাধন আয়। সিসব কথা গুৰুসকলে জানয়॥৩৩৬৬ অবৈতক জ্ঞান দিয়া এতেকে ফুৰয়। তীৰ্থ ক্ষেত্ৰ হল মাত্ৰ লোক নিস্তায়। মাধৱদেৱৰ মুখে যিমত শুনিলো। কান বাক্য পালি মই তেতুয় লেখিলো। আত অনৰে আৰে শুনা নিৰন্তৰ। এমিতে বলে ধঙ্গে ফুৰন্ত শৰ যেলমলিৰ এম পাইল। সেহি ঠাই। বহিলত তথা আনলৰ সীমা নাই॥৩৩৬৮ সেহি খানে এক সন্ন্যাসীক লাগ পাই। শৰৰ আগে কথা কহিবে লাগিল। অৱনত ভাৱে মহাবেৰ অনুৰাগে। মালিৰ কথা কহে শঙ্কৰৰ আগে। ৩ ৰানি ৰোগ সম্মিলনে পিতৃ গণাইল। ৱৈয়ে পণিয়া গাহি সবে কলি।