পৃষ্ঠা:গুৰুচৰিত.djvu/৭৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪ পঞ্চম পাক তাৰ সিলিবে নিশ্চয়। হেনয় সম্ভেদ কথা সবে কহিলয়। ৩৩৭• পঢ়ি শুনি পাচে সিটো ভৈকে পণ্ডিত। হেন কথা জানি শুনি তৈল বিদেশিত॥ কতোদিন ফুৰে পাচে ব্ৰহ্মচৰ্য খৰি। যেন যোগীগণে ফুৰে ব্ৰতক আচৰি। ৩৩৭১ হেন ভাৱে তীৰ্থক্ষেত্ৰ নগৰ গ্ৰামত। ফুৰন্ত আনন্দ মনে সমস্তে ৰাজ্যত। কতদিন থাকি তান পিতৃৰ মৰিলন্ত। এক মদ্যপায়ী পাচে মাতৃক নিলন্ত। ৩৩৭২ কোনে এৰাইক পাৰে বিধিৰ বিপাক। সেহি মদ্যপীৰ ঠাই থেকালত তাক। মণ্ডপত বসি মদ্য দোকান দিয়ন্ত। বেসমলিয়ে যাই তৈতে বহিল। ৩৩৭৩ বহুদিন লৈ দুয়ো দুইকো নিচিনয়। এমিতে কতোবেলি, ৰহিয়া আছয় অনন্তৰে মজলিৰ পিয়াস লাগিল। (ভাজন কৰিব পাচে পানীক খুজি।৩৩৭৪ মুৰাৰ পাত্ৰত জল কত দিল। বিচাৰ নকৰি বিৰে তাহাক ভুলি। এধি নিৰ কিনি খাইলা হল না কৰি। কথা মত কহন্তে কামনা গৈল চৰি।৩৩৭৫