সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৭৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তেতিক্ষণে ভক্তসবে আনন্দে পৰিলা। ভকতৰ মন পুৰি তৈৰ পৰা গৈলা ৩৩৫১ কৃষ্ণৰ কীৰ্ত্তন কৰি এহিমতে যাই। পথে পথে ভক্তসবে ৰামনাম গাই। কবীৰৰ নাতিজমাই পখেয়ো আছ। পৰম বৈষ্ণক শক দেখি।৩৬০ বাটৰ অন্তৰি যাই কাতি হুয়া ভৈল। ভক্তে সমে শঙ্কৰে তাহা চৰাই গৈল। মহন্ত পুৰুষ দেৰি বহি আছে চাই। পুলকিত তনু নেত্ৰ নীৰ বহি যায়। ৩৬১ শঙ্কৰে বেলন্ত তুমি মাধৱ শুনিয়ে। গৈল কিবা আছে সিটো উলটি চাহিয়ো। হেন শুনি মাধৱে চাহিল উলটিয়া। দেখে শঙ্কৰক চাই আছে নিৰেখিয়া। ৩৩৩২ হেন দেখি মাধৰে মনত অনুৰাগে। অৱনত ভাৱে কৈলা শৰু আগে। বেণু ৰেণু দেখি মাত্ৰ তভো আছে চাই। এতেক বোল সবে আৰ ভৈলা যাই। ৩৩৬৩ ভেবে চলি গৈল যৱন মহামতি। পুৰ্বকথা কহে তাৰ শুনিয়ে সম্প্ৰতি। কালমেঘ নামে সিটো ৰাক্ষস আছিল। লাৰ যুত তাক অশে মাৰিল ৩৬৪