পৃষ্ঠা:গুৰুচৰিত.djvu/৭৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিয়েক বাপ কথা অৱ কৰি কৈলা। নমস্কাৰ কৰি বোলে তযু পদে ৰৈলে। হেন নি শৰে বুলিলা প্ৰিয়বাণী। ধন্য ধন্য কৰীৰ মহন্ত মহাজ্ঞানী॥৩৩৫৪ কৰীৰৰ ধৰ্ম যত প্ৰসংশা কৰিলা। শৰ দেৱতা গুণ যশস্য কৰিলা। অনন্তৰে তোৰছিয়ে নমস্কাৰ কৰি। অনেক বিনয় বুলি কালি ধৰি॥৩৩৫ একখানি বস্ত্ৰ আগে পেলাই আনি দিশা। শঙ্কৰৰ আগে পৰি কাকৃতি বিনাইলা। বোলে বাপ পাৱখানি মুছিয়েক আতে। অভাগীয়া খচমে লৈবেক আহি মাণে ৩৬ হেন নি বুলি শৰু মহামতি। কৰিলা আদেশ ৰামৰামক সম্প্ৰতি। মুচিয়োক পাৱে তুমি মোহোৰ বচনে। উঠা জান্টে লৰি সবে যাওঁ এতিণে।৩৩৫৭ হেন শুনি ৰামৰম কৃতাঞ্জলি কৰি। শঙ্কৰদেৱক চাই বুলিলা সাদবি তুমি বাপ আপুনি মুচিয়ে পাৰ খানি। হাযোৰে নম্ৰভাৱে বুলিত বাণী॥৩৩৫ হেন শুনি শঙ্কৰে মুঠিলা ভৰি হাত। থাকিল তোৰছি কৰিয়া প্ৰণিপাত। ও