পৃষ্ঠা:গুৰুচৰিত.djvu/৭৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

.এক-চৰিত মোত কিকাৰণে তুমি তাক লোখা আলি। পুত্ৰ মুখ চাই কহিত হাসি হাসি।৩৩৬৭ হেন শুনি কৰীৰৰ প্ৰেম উপজিল। মাটিত বাগৰি পৰি কাশিবে লাগিল। ক কৃষ্ণ বুলি কত হাসে হাত তুলি। গেৰি পাৰি কান্দে ৰাৱে কৃষ্ণ কৃষ্ণ বুলি।৩৩৩ কৃষ্ণ ভাৱনাতে মন মজি থাকে পৰি। প্ৰেমৰ তৰত মন লোৱে ডাক ছাৰি। কতোবেলা মাতৃৰুটি ভাজি আনি দেই। কুৰ্তা হুয়া ঈশ্বৰে হাততে আসি খাই॥৩৩৩৯ হেন দেখি মাতৃ কুত্তা মাৰিবাৰু যাই। কবীৰে বোলন্ত কুত্তা নামাৰিবা আই। বুকুৰ স্বৰূপে এতে নন্দে নয়। এহি বুলি পাৰে পৰি মাথে ধূলা লয় ৩০০ কুকুৰ সাৱটি আলিজিয়া গলে বান্ধি। কৃষক বৰ্ণাই গীত গাই কান্দি কান্দি। একজাৰি মধুবন কবীৰে কইলত। কপিলা স্বৰূপে হৰি তাহাক খাইলন্ত ৩৩৪১ হাতে হেম্পচিয়া আক খেদাইতে লাগিল। হাত দিল মাত্ৰে পৰি কপিলা মৰিল। হেন দেখি কৰীৰৰ ধাতু গৈলা উৰি। খোমোত এয়া ৰৈ কপিলাৰ এৰি।৩৩৪২