সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৭৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হে শুনি তেহি বোসত না স্বামী। জাহান চৰিত্ৰ কথা কহে শুনা আমি। পৰে ঘৰখানি তাৰ ভাগি হিগি গৈল। যেন দেখি মাতৃ ক সাহিতে পানি ৩৩২ খেৰ কাটিবাক গৈল কাটিখান শই। উলুৰ কাষৰ পাই বলি গই। বতাহৰ বেগ লাগি উলু হালে জালে। চক্ষু বলাই চাই তা কবীৰে দেখিলে ৩০৩ বেলে মোক ডৰে ইটো পলাইবে নোৱাৰি। ঠাইতে কাম্প ইটো গাৱক জৱাৰি। তৈতে বসিল পাচে কৰি একচিত্ত। কৃষ্ণাৱে দিয়া মন যৰিলত গীত ৩৩০৪ কৃষ্ণ যশ শীল ও বৰ্ণাই বৰ্ণাই। আছিল দিনগোট কান্দি গীত গাই। ঈশ্বৰ কৃষ্ণ দেখি দয়া উপজিল। কবীৰৰ মূৰ্তি ধৰি গৃহক সালি ৩৩৩৫ গধুলি সময় পাচে গৃহক আসিল। বান্ধা খানি দেখি বিস্ময় মানিলা। সুধিলত কথা পাচে মাতৃমুখ চাই। কোনে যৰ সাজিলে কহিম মোত নাই। হেন শুনি মাতৃ মুখ চাই কবীৰৰ। বোলে এতিয় তুমি সাবিলায় ঘৰ।