পৃষ্ঠা:গুৰুচৰিত.djvu/৭৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চৰিত বৈষ্ণৱৰ সেৱাৰ অল্পৰৰ নাহি জানি। ভাগৱত শাস্ত্ৰে কহে আছে বেদবাণী॥৩৩২৮ না সভাসদ বা আত অনন্তৰে। আসি নানা নগৰক গৈল, শঙ্কৰে। কবীৰৰ মঠ তথা চাবিক মনে। পৰ হৰিৰে গৈলা সবে মানে।৩৩২৭ কবীৰৰ জীৰ ৰে নাতিনী আয়। বৰত সূতা কাটে মুখে নাম গায়। শঙ্কৰক দেখি আগবাঢ়ি উঠি যাই। গদ গদ বাক্যে সবে পুলকিতে চাই॥৩৩২৮ বোলে আজি কিনো মোৰ পুৰুষৰ ভাগ। তাতেসে গৃহতে মহতক পাইলে লাগ। মোৰ গৃহাগত আজি ভৈলন্ত বৈষ্ণৰ। এহি বুলি কৰে আত আনন্দ উৎসৱ॥৩৩২৯ গৃহ শৰীৰকো মোৰ কৰিা পৰিত্ৰ। মহৰ দৰশনে ভৈলো কুতকৃত্য। সমস্ত ভক্ত আগে প্ৰণামিলা পৰি। লিলা বিনয় বাণী কৃতাঞ্জলি কৰি ৩৩৩০ কি কাৰণে আইলা মই পাপিনীৰ ঠাই। অভাগিয়া খচম খৰত আজি নাই। শঙ্কৰে বোলও শুনিয়োক জীয়া তই। কবীৰৰ চৰিত্ৰক কহ শুনে মই ৩৩৩১