সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৬৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মনত প্ৰথ বোলে গুৰুদেৰ সমি। অত জোৰা দিয়া তাকে কহিছা মহিমা। এহি কথা ভকতৰ মাগে কহি ৰৈলা। উদাৰক লাগি পাচে মনত পৰিলা। ১৮৮৬ ইটো কথা উলটাই সুধিলে কন্তে। পৰম বান্ধৱ মোৰ উদাৰ মহন্তে। সিটোসব কথা উদাৰে আছে শুনি। কন্টালিৰ তল হতে মাতিল আপুনি। ২৮৮৭ বোলে বাপ অবিতে লুকায়া আছে আমি। মই অধমক জিলাহা কালি তুলি। হেন শুনি হাত বাৱে মাতিলা শঙ্কৰে। নকৰিবা ভয় উঠি আসিয়ে সৰে। ২৮৮৮ গুৰৰ বচন শুনি উদাৰ মহন্ত। আসিলন্ত উঠি ৰঙ্গে আনন্দে নাচত। ৰৰ পাৱ পৰি নমস্কাৰ কৈলা। ভকতকে কৃতাঞ্জলি আসনে বসিল। ২৮৮৯ বোলে বাপ মোৰ অপৰাধক ভেজিয়ে। দোষ গুণ নিবিচাৰি ভৃত্য কৰি লৈয়ে। শঙ্কৰে বুলি আত কিছো দোষ নাই। মিছাসে খলিলো হাসিলন্ত মুখ চাই।২৮৯ শিক্ষাবোধ দিয়া পাছে এহিমতে ৰৈলা। আপৰে পৰে শুনিয়া কেন কৈলা।