পৃষ্ঠা:গুৰুচৰিত.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰম ও চণ্ডীবৰে বান্ধি গতি বীৰ কাচে কাচি। শাইবাৰ খাণ্ডাসৱ লৈয়া আছা বাছি ২৩ অগনিৰ মাজে যেন দিল গৈয়া জাপ। দেখিয়া ভোটৰ লাগি গৈল হৃদিকম্প এমে মহেশৰ সম যেন চীব। লুটি পয়াণতে কাটে ভোেট নিৰন্তৰ ২৪ চালত সুজান ধনুৰ পাইবা যিটো। ভাইৰাক পাৰে জাননা গৰিসিত সিটো। ক্ৰোধে একজনক যে কুড়িখণ্ড কৰি। ছিৰি গুৱ আৱে হৃদয় বিদাৰি॥২০৫ কাটিলেক সবে আছিলেক যত যত। পাঞ্চকো খেদিল পাচে ভোটৰ মাজত। ওচৰ চাপিয়া পাচে গৈয়া চণ্ডীবৰ। আথে বেথে বান্ধ পাচে কাটিলা পুত্ৰৰ ২০৬ বয়ন লোহাৰ পথৰ যে মথুৰা। আনিলা মেলায় থোৰ আপদৰ পৰা নিটি কৰিয়া সবে ভোট কাটি আসি। ৰাজাৰ আগত কথা কহিলা হৰিষি॥২০৭ দেখিয়া বাজায়ে পাচে কৰিয়া সংকাৰ। দিল আনিয়া আৰে ৰা অলাৰ। ভোট মাৰি এৰিয়া আসিল ধন মাল। তাক আনিবাৰু ৰা দিলা অকাল ২০৮