পৃষ্ঠা:গুৰুচৰিত.djvu/৬০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অনন্ত ভাৱে বোলে না ৰাপৰি। তৈ আছে মাধৱ কহিয়ো শুনে আনি। কোন খানে গৈল কৈত হিয়াহু। নেদেখোহহ আৰু কিয় তোমাৰ লগত॥২৭১৬ শঙ্কৰে বোৰ নাৰায়ণ মহাশয়। মাধৱৰ মাতৃ না মৰিয়া আয়। দ্ধিৰ দিবস আসি ওচৰ চাপিল। দক্ষিণাৰ কাৰ্যে কড়ি বিচাৰিৰে গৈল।২৭১ তুমি যিবা, চৌকীয়া মাজীৰ কথা কৈলা। তিনি দিন ভৈল তাৰ ঘৰে চলি গৈলা। থাকিয়োক আজি তঙ্ক কালি লগ পাই। আসিবেক মোৰ ঠাই অহিতে দেখিব॥২৭১৮ শঙ্কৰে হৰিষে কৃষ্ণ কথা হত। তিনি দিন তিনি ৰাত্ৰি তথাতে আছ। অমৃতৰ নদী বেন কৰাৰ প্ৰসঙ্গ। কৰ্ণালি ভৰি পিয়ে কৰি মনৰ ২৭১ কথা-কাল নদীত সমূলি বুৰ দিল। দেহ গেহ ধন জন সবে পাৰি। এৰি নাৰায়ণে শয়ন মেৰুন। মধুপানে বলী কেন গৈল গ, ২৭১