পৃষ্ঠা:গুৰুচৰিত.djvu/৬০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাৰিবাৰ এল যেন গঙ্গা পৰিল। বাঢ়ি গৈল এল সবে ৰাজ্যক বুৰাইল॥২২১ নাৰায়ণদালে দেখি হেন মনে মানি। নমস্কাৰ কৰি পুমু বুলি বাণী | কতবা এস্মৰ মোৰ আছে পুণ্যগণ। তাতে আমি পাইলো লাগতোমাৰ চৰণ॥২৭২২ কৰা আশীৰ্বাদ বাপ হৌক শুদ্ধমতি। এন্মে জন্মে হোক মোৰ তৰুপদে গতি। অগভিৰৰ গতি তুমি দেৱতাৰ দেৱ। ইহ পৰলোকে তুমি বিনে নাহি কেৱ॥২৭২৩ কৰিলে নিশ্চয় তযু চৰণেসে গতি। সত্যে সতত্য সত্যে লৈলো শৰণ সম্প্ৰতি। কোটি পুৰুষক মোৰ উদ্ধাৰ কৰিব। আজিসে জানিলে তুমি বৈকুণ্ঠক নিব॥২৭২৪, জানিলে নিশ্চয় তুমি সেহি যদুৰায়। ছৰূপে তুমি মোক বাধিলহা যাই। কৰিলা অনেক তুতি নতি এহি বুলি। পৰি পৰি গৈলা মাথে চৰণৰ ধূলি ২৭২৫ এতদিন আৰু মোৰে বৃথা বহি গৈল। তোৰ পৱিত নাৰ ভকতি নভৈল। যেন দেখি শৰে কৰিলা আশীৰ্বাদ। বোলে নাৰায়ণ দিলো ভকতি এলা'২০২৩