পৃষ্ঠা:গুৰুচৰিত.djvu/৬০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাৰ কৰে যিমান লৈ। অতি অনৰে শুনা আৰো যেন ভৈল ২১ মৎস্য অৱতাৰে সত্যব্ৰক ৰাখি। নৰসিংহ ৰূপে প্ৰাদক নিস্তাৰিলা। সুগ্ৰীৱক ৰাখিল ৰামচন্দ্ৰ হৰি। মিত্ৰ ভকতক ৰাখে বালিক সংহৰি॥২৭১১ হৰি অৱতাৰে আৰে দেখা গজেন্দ্ৰক। বৰাহে উদ্ধাৰ কৈলা পৃথিবী ভক্তক। গোপগোপী গৰু গোকুলৰ তৃণ বন। ৰাখিল কতক ধৰি গোৱৰ্জন॥২৭১২ ইসব প্ৰমুখ্যে আনো অৱতাৰ ৰত। দুইক সংহাৰ কৰি ভক্তক ৰাখত। জন পাচে পাচে ফুৰে গা ধৰি। সমস্ত ভয়তে দেখা যক্ষা কৰে হৰি।২৭১৩ না সাধুসৰ শা,নকৰিবা আত। শৱসে গৈ আৰু ৰাখি সাক্ষাত। হৰি আৰু ভকতে সহিতে একে কায়। মুখে ৰামনাম ৰূপে হৃদয়ে বিয়াই।২০১৪ ইনৰ কথা আবে বিমানে ওঁ। কু য়া শৰৰ কথা। নাৰায়ণে এ কৰি পুৰণি। শত মুখে নাম॥