পৃষ্ঠা:গুৰুচৰিত.djvu/৫৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বোলে কি কাৰণে আবে মাত মোক। হইবে শকৰাক এৰি যাওঁ মই। হেন নি বুলি নাৰ বিৰা। গুৰু মানিবাৰ হেন কহিলন্ত কাৰ ২৭৫ চণ্ডালে বোল আমি মহামূখ লোক। কিবা গুণ দেখি তই গুৰু বোলা মোক। হেন দেখি নাৰদৰ মনত অসুখ। নিৰানন্দ মনত লাগিল বৰ দুখ ২৭ নপাওঁ উপায় একো চিত্তে নোহে থিৰি। মনত গুণিয়া কথা পাইলন্ত বিচাৰি। হাতযোৰে চণ্ডালক বুলিলন্ত চাই। আমাৰ বচন তুমি শুনিয়ো বোপাই ২০০৭ আমি আগে কহো জ্ঞান তোমাৰ আগত। তাকে উলটাই পাচে কহিবি আমাত। এহি বুলি চণ্ডালত কহিন্ত কথা। কপট স্বৰূপে হৰি শুনি আহা তথা॥২॥ সেহি জ্ঞান উপদেশ কৈল নাৰদত।' কৃষ্ণক পাইলন্ত গুৰু ভৈলন্ত ভকত। দেখা দেখা কেনে কৃষ্ণ দয়াময় হৰি। সুখে দুধে ভকতক ফুৰে ৰক্ষা কৰি।২৭০ সকলো কাৰ্যত হৰি সদায় আপুনি। সাধুসৰে কয় ভাগ বাহে নি।