পৃষ্ঠা:গুৰুচৰিত.djvu/৫৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এক-চৰিত দেখিকে লোক যেবে তৈলেক সাজ। গাৱে গাৱে ভৈল ভেবে সবে ভূঞা ৰা। দুল্ল ভৰায়ণ তাৰ বেলেগিয়া ভাই। সিয়ো কতোদিন ৰজা ভৈল এক ঠাই॥ ২৬৩৩ বেহাৰৰ পৰা তিনি প্ৰহৰৰ বাট। গৰীয়া নগৰ ৰাজা দুৰ্লভ পাট। যেৱে বিশ্বসিংহ কামৰূপে ভৈল ৰাজা। আপুনি বসিল আসি অসংখ্যাত প্ৰজা। ২৬৩৪ ঢকুৱাৰ বাৰু ভাঙ্গা খাণ্ডা সাজি তাৰ। বুৰিলেক ভূ যুদ্ধ কৰি পৰিহাৰ। বাউসীয়া বিলাতে গন্ধৰ্বৰায় আছে। বিসিংহে আসি তাৰু জিনিলেক পাচে। ২৬৩৫ বলে ছলে কৰি ৰামখাকো জিনিলেক। সবাকে কৰিলে বৈশ্য আছিল যতেক। প্ৰতাপৰায় ভূঞা যেবে হেন আকলিল। নগৰক মাৰে বুলি বৰ ভয় ভৈল॥ ২৬৩৬ প্ৰতাপখায় গম্ভীৰখাক পাট ৰক্ষা থৈলা। বৈৰ মাৰিক ৰজা পশ্চিমক গৈলা। শূন্য পাট দেখি আলোচিল দুয়ো ভাই। বোলে আপুনাৰ ৰাতে যাইবেহে। উজাই। ২৬৩৭ অসংখ্যাত ধন আছে ৰাজাৰ ভাণ্ডাৰে। নাও তৰা দিয়া তাক লৈলা যত পাৰে।