পৃষ্ঠা:গুৰুচৰিত.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চৰিত এহিয়তে বিদ্রে যেবে নমাতিয়া আছে। শুনা বুলি দেৱীদাসে মাতিগন্ত পাচে। গৰিয়াৰ লাজ শৃঙ্গ মুখৰ ব্যৱস্থা । গুণি চাব শাস্ত্র প্রসিদ্ধ ইটো কথা ॥১৭৬ লঞ্জ গােটে লজ্জা আদি সমস্তকে ৰাখে। দূৰ কৰে বাসনা তৰয় মহাসুখে। লঘু হােৱে দেহ গােট পাপকর্ম এৰে। অগ্নি যেন দহি যত বিপক্ষক পাৰে ১৭৭ লাজ দুইবিধ কাৰ্য্য সাধয় লোকৰ। আবে দুই লক্ষণক শুনিয়ে শৃঙ্গ। আপদ দে আৰ সমস্ত লােকক। কন্তু সুন্দৰ শুনা মহা কদৰ্যক ॥১৭৮ মুখ গােটে দেন্ত আৱে পৰম মুকুতি। হেন গৰিয়ায়ে শুনা কেন কৰে গতি। ভুকুতি মুকুতি মহা মোক্ষক সান্ত। শৰ গৰিষ্ঠ সিটো গৰিয়া মহন্ত ॥১৭৯ দুই কর্ণে যেন কৰে শুনা তাৰ মৰ্ম । এনাকি জন্মৰ সবে অন্ত কৰে কৰ্ম । ক কৃৰ সেৱা হুয়া শুদ্ধতি। ইয়াে দুই বিষ কৈলাে কণৰ যুগুতি ॥১৮০ চক্ষুৰ কৰ্ণৰ কহো না যেন যেন। দিৱ চকুৱে দান হৰিভক্তি ধ্যান।