পৃষ্ঠা:গুৰুচৰিত.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এখন ৩ হৰ গৌৰী চিনে যাতে লোেক যত যত। চকুৰ দৃষ্টান্ত এই জানি সাফাত।১৮১ শুনা বিপ্ৰ কহে গৰিয়াৰ চাৰি পদ। উৰ্দ্ধবাহু কৰি কহো শুনা সভাসদ। কালচক্ৰে মুণ্ড জানা সৰাৰৰ মুখত। এতেকেসে খুৰা চক্ৰ বুলিয়া কহন্ত ১৮২ ৰা পদে বিপুগণ জীৱন্ত যিহেতু। ইয়ে আশয়ক কহে শুনা আৰ হেতু। অ পদে অনাদি ব্ৰহ্মক দেখায়। ধূল গাৱ গোটে সৰ্বলোকক পালয়॥১৮৩ গৰিয়াৰ পটন্তৰ ইটো সবে দিলো। সৰস্বতী মাৱ কণ্ঠে ধৰিয়া কহিলো। লজ্জা হুয়া সকলে পণ্ডিত যেবে আছে। বিবৰ্ণ বদনে চাই মাতিলন্ত পাচে ১৮৪ নবাধিক আশী ব্ৰাহ্মণৰ ভৈলা ভঙ্গ। আঠ আণী ৰাজাৰ পণ্ডিত ভৈল। চকবি মাতিল কৰি হাতযোৰ। শুমা চণ্ডীৰৰ তুমি বচনক ৰে।১৮৫ কিনো তুমি পণ্ডিত গহন ধন্য ধন্য। সবেয়ে ব্ৰাহ্মণে হেৰা কৰো বহু মা। এহি বুলি আশীৰ্বাদ কৰিলত উঠি। চলি গৈল চন্দ্ৰ কবি মনে অসন্তুষ্টি॥১৮৬