এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
এম ও সামান্য যোড়াত পণ্ডি ভঙ্গ শুৈল। উচ্চ কৰি সমত্যায়ে হাসিবাক লৈল ১৭০ জয় জয় চণ্ডীব জয় দেৱীদাস। বাৰৰাৰে সৰ্বলোকে কৰিলেক হাস। ৰাজাৰ মনত ভৈল পৰম হৰিষ। সিসব শস্য উঠি গৈলা দশেদিশ ১৭১ হাতক মেলিয়া ৰাজা যেন পাইলা। আশীৰ্বাদ কৰিলা ৰাজাৰ ঋষিবৰ্গ। বুলি বচন ৰাজ কৰি মন। চণ্ডীব খ্যাতি পাচ গৈলা গৌড়বঙ্গ ১৭২ যিহেতু গৰিয়া বোলে না বিপ্ৰস্বৰ্গ। নিজিজ্ঞাসি কেনে কবি বোলা বিধবৰ্গ। গৰিয়াৰ অন্বয়ক শুনা কহহ আমি। দম্ভভাৱ এৰি কৰ্ণপাতি শুনা তুমি॥১৭৩ গম্ভীৰ সাগৰ যিটো গৰিয়া গৰিষ্ঠ। শুনা শুনা কহো সিটো বচন বিশিষ্ট। গহীন সততা কৰি গৰিয়া যিহেতু। তাহাক গৰিয়া না বুলি এহি হেতু।১৭৪ গিৰি সদৃশ যেন গদি বৰ সিটো। বৃন্দাবনে কৃষ্ণ গৰু চাৰিত ধিটো। এহি পাঞ্চ অন্বয় কহিলো আবে আমি। আৱৰ আহা পাছে না আৱে তুমি ১৭৫