পৃষ্ঠা:গুৰুচৰিত.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুচৰিত বিলে বলে পনিত আমাৰ বাস। হেন শুনি দেৱীদাসে তুলিলন্ত হাস। শুনা শুনা গুৰুসব যত বিপ্ৰপাত। কথাতে জানিলে সিটো গ্ৰাম নহে ভাল॥ ১৬৫ আমাৰ দেশত আছে ধনৱন্ত জন। বিত্ত দিয়া তেসবে কিনয় বান্দীগণ। বান্দীক লাগিয়া পাছে বন্ধ। চপায়। পঞিয়া কহো না তাহাৰ নিৰ্ণয়।১৬৬ তাৰ বীৰ্যে তাহ ৰ তনয় বাঢ়ি যায়। গৃহস্থসকলে ভাত পানী বৈত খায়। ওটাৰ কাষৰে তাক কৰুৱাত কৰি। বান্দীয়ে খোৱয় ভাত পানী দিয়া ভৰি।১৬৭ সেহি ভাত মধ্যে পাচে চিকা যাই পৰে। তাৰ শ্ৰাণ পায়া জানা বান্তি আসে বৰে। বান্দীৰ দুৱালে তাক খ ই সবে বেঢ়ি। অৱশেষ পতনি তথাতে কাকে পৰি।১৬৮ গৰিয়াৰ লাদ আনি মিলায়ে পানী। সিলি মাকে শুদ্ধ হোৱে ভূমি খানি। কমনে উত্তম ভৈল তোমাৰ নগৰ। চণ্ডীবৰৈ বোলে ইটো বাক্য অবিচাৰ।১৩৯ ভাততেলে হতে হোৱে হেনয় পানি। তাহাক উত্তম বুলি কহি আহ কুনি।