সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এ খs চকৰিৰ লগত তীবৰৰ বাদ আৰু চৰকবিৰ পৰা শুনা সভাসদ গুৰুপদ শিৰে ধৰি। চণ্ডীবৰে পণ্ডিত জিনিলা কেন কৰি। অনন্তৰে ৰাজাক প্ৰণামি দেৱীদাস।। মাতিলত পণ্ডিতক কৰি অল্পহাস॥১৬০ এই বুলি পণ্ডিতৰ ভৈ সমুখ। শুনি আছে পণ্ডিতসবক দিলা দুখ। কোন শাস্ত্ৰমতে আছা পণ্ডিত ভাই। আনিয়োক শ্লোক আবে বুজো মনিষাই ১৬১ পণ্ডিতে পুছিল। পাছে গ্ৰামৰ কাহিনী। কহিলন্ত চণ্ডীবৰে ভৰ কথা শুনি। গোগৰিয়া নামে শুনা আমাৰ নগৰ। এহি বুলি চণ্ডীবৰে দিলন্ত উত্তৰ ৬২ উপহাস কৰি যেবে ব্ৰাহ্মণে বুলিলা। গৰিয়া অথম বুলি হাসিবে লাগিল। কুংচিত এমত থাকা গৰু যেন বৃদ্ধি। তাভেসে ইসব কথা কহিলা বিবৃদ্ধি ১৬৩ হাসিলে ব্ৰাহ্মণগণে দূষিক মনে। চণ্ডীবৰে বিপ্ৰক মাতি ভাৱক্ষণে। এনা গুৰু তোসব থাকা কোন ঠাই। গ্ৰামৰ কাহিনী মোত কহিয়ো আতাই ১৬৪

  • গোগৰিখ-গৌৰ' বুলি অনুমান কৰিব পাৰি।