পৃষ্ঠা:গুৰুচৰিত.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুচৰিত পৰম সৰ্বস্ব ভক্তৰ চৰিত্ৰ | হৰাই আবে হাততে ১৫৬ হৰি হৰি কিনো। | পৰম অজ্ঞানী | মই মহামতি মূঢ়। ভাৰত বৰিষে | নতনু পাই আৰো পাইলে গুৰু গৃঢ়॥ মাধৱ সৎসঙ্গে | পায় তভো মোৰ নভৈল কিছে ভকতি। গুৰুদেৱ নাম ভক্তকে চিনাই দঢ়াইলে মোক সম্প্ৰতি।১৫৭ উপদেশ পাই তভো জ্ঞান নাই গুৰুত নকৰৰ ৰতি। | জন্মিয়া মোহোৰ | তভো ভৈল কুমতি॥ জানি বুধজন | কৰি এক মন কৰিয়া একান্ত মতি গুৰ ৰণে | পপিলো শৰণে ৰক্ষা কৰা বহুপতি ১৫৮ জানিয়া যতনে | একচিত্ত মনে | তৰিবাৰ কৰা কাম। মূঢ়মতি ৰাম গুণে কয় ডাকি বোলা ৰাম ৰাম॥১৫৯