পৃষ্ঠা:গুৰুচৰিত.djvu/৫১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুঃ পুঃ দঢ়াই কত শৱৰেয়ে পুলিত | তেহে পুনু পুনু দঢ়াই কৈলা।। পাতকী অনৰ হৰি নাম মাত্ৰ অধিকাৰ শৱৰে পুছিবে প লৈ। কহিয়োক হেন হৰি নামক যি এনে নিলে কেমনে মানিবৰ সি মানিক। কহিল ব্ৰহ্মানলে / যিজনে নামক নিলে জানা সিটো চণ্ডাল অধিক॥২২৮৫ দুইবেক নলাগে তাক যোগ্য নহে দেখিবাক শুনিয়া শঙ্কৰে বুলিলন্ত। সবে ব্ৰাহ্মণক চাই আইসব হুই মুই ব্ৰহ্মানলে যিৰা কহিলত। শুনিয়া ব্ৰাহ্মণজাক সবেয়ো বুলিল তাক হুই ব্ৰহ্মানলে কৈলা যিটো। শুনিয়া শঙ্কৰদেৱে পুন্ন পুমু দঢ়াই দঢ়াই বদলে নিষ্ট কৰি কৈবা সিটো॥২২৬ চল অধিক সিটো ছুইবে যোগ্য নাহি যাতে তনি বিবসৰে কহিলত। সত্য সত্যে যিটোন হৰিৰ নামক নিলে সেহিন পাতকী অনন্ত।