পৃষ্ঠা:গুৰুচৰিত.djvu/৫১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ কবিত সভাৰ মাজত ব্যাসকলাই তত কালে উঠিল। উবাহু কৰি বোলত নিয়ে সভাসদ লোৰু যত। কৰ কন্দ- লীৰে কহিলত শাস্ত্ৰৰ পৰম তত্ত্ব॥২২৮২ কলিযুগে হৰি | নামত বিনায় | ধৰ্ম নাহি নাহি আৰ। এহি তত্ত্ব জানি সমজ্যাৰ সোকে হৰি বোকা বাৰম্বাৰ। সভাৰ মধ্য | ফুৰি ফুৰি হৰি বোলত লোেক চাই।। | হৰিধ্বনি কৰে বৰ্গলোক পাইল যাই।২২৮৩। শৰৰ মত | বহিল সমস্ত লোকে আনিলত সাৰ। হৰিনাম বিনে | ধৰ্ম নাহি জানি হৰি বোলা বাৰম্বাৰ। অমৃততে শ্ৰেষ্ঠ কৰ নামক গাতে শুনতে। সনা মনে | পৰম সত্যেক হন মনে হয় ২২৪