পৃষ্ঠা:গুৰুচৰিত.djvu/৫১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিয়া শৱদেৱে সজ সহ বুলি পুৰ | পুছিল ব্ৰাহ্মণসৰত। পাতকী জনৰ বস্তু ভোজন কৰিবে পাই নপাই কহিয়েক স্বৰূপত॥২২৮৭ ব্ৰাহ্মণসকলে শুনি | উত্তৰ দিল গুণি পাতকীৰ বস্তুক ভোজন। কৰিবেক নাপাই জানা ভূেিব তাহাৰ মানা পাতকী হোৱ সিটো জন। অনিয়া শঙ্কৰে বুঢ়া খাক মাতি পুছিল। | তুমি কি পাতকী পুণ্যন্ত। কহিলেক হেন শুনি কৈলা তেহে মনে গুণি জানা মই পাতকী অনন্ত॥২২৮৮ মহাপাপ মিছা বাক প্ৰভাতৰ পৰা ভাক | মাত দিন গত সৰ্ব্বক্ষণ। কায় বাক্য মনে যত সিলে পাপ অবিৰত আনো অসংখ্যা পাপগণ। ব্ৰাহ্মণবক চাই | শঙ্কৰে বোলন্ত বাণী আবে তৈসব কি কৰিব। বুঢ়া বোলয় মই পাপীৰ যে বস্তু সব ভোজন কৰিবা নকৰিবা।২২৮৯ শুনি বিগণে বোলে কি কৰিব এহিমতে পৰস্পৰ প্ৰৱৰ্তি হয়।