পৃষ্ঠা:গুৰুচৰিত.djvu/৩৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চৰিত যি জনে চিনাৰে শৰক গুৰু বুলি। তাৰ চৰণৰ এণমিয়া লৈবো ধূলিu১৬২৯ তান সম উপকাৰী আনি নাই নাই। হইবে জীৱগণ জানা অনে দাস প্ৰায়। দাস হইয়া তান আজ্ঞা সদায় কৰিবা। কতে অৰ্পিয়া দুই চৰণে ধৰিব ১৩০০ কহে ৰামচৰণে পাতকী দুৰাচাৰ। হৰি হৰি বুলিয়োক তৰিয়ে সংসাৰ ১৬৩১ হবি পাচে ৰাম ৰাম গোলাই কৰিলন্তু পূৰ্ব বাই | শহুৰে হৰিৰ ভৈল মনে। যত বন্ধু নিৰন্তৰ ৰস ভৈলা সবাহাৰে মুক্তি চাহি আহা সৰ্বজনে ১৩৩২ আত অনন্তৰে আবে শবদেৱৰ যেবে | একৈ বৰি আসি ছৈলা। সৰে ভক্ত মানে বাসা বাকি থানে কানে শবময়া আন কৰিলা ১৬০০