পৃষ্ঠা:গুৰুচৰিত.djvu/৩৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিটো গৰ গুৰু ঈশৰ মুৰাৰি। শৰ বৰূপে ভক্তি ধৰ্ম এচাৰি। কলিৰ মলিন লোক তাৰিক মনে। দৈৱকীনন্দন কৃষ্ণ আইলা এবি ওশে ১২৪ আন এনে কোন স্থানে লৈৰে গুপ। আনিলা ইথানে যেত বৈকুণ্ঠ সম্পদ। হেন গুৰু পাৱে মোৰ নহাকে মতি। ভক্তসকলক মই কৰোহহ এণতি॥১৬২৫ ক বলভদ্ৰ ৰূপে যেন দুই ভাই। নাম লক্ষ্মণৰ যেন নি ভাৱ নাই। হৰি-হৰ দুয়ো যেন ভিন্ন হয়। শৰ মাধৰ দুয়ে জানা সেহি নয়॥১৬২৬ দুইহাতৰ পাৰে মই কৰে নমস্কাৰ। বুঢ়া টুটা যত দোষ ক্ষমি আমাৰ। নাদি অনম অমে মই দুৰাচাৰ। কোমতে সংসাৰৰ নগাওঁ পাপী পাৰ॥১৬২৫ হেন মহাপাপী মই অজ্ঞানী নিৰ্বোধ। সবদায় মোৰ নাৰ কাষ কোষ। পাইলো উপকাৰী পিতৃ মাধৱক নাগ। কোন অমৰ হইবে মোৰ আছে ভাগ ১৬৯ ই এ শৰক তেহেতে চিনাই। দৈৱকীনন দেৱ মিল নেই।