পৃষ্ঠা:গুৰুচৰিত.djvu/৩৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাচে কত গণ | সবাৰ হৰি মন | শঙ্কৰৰো পাশ কাগি বাস্ত। বসে তৈতে কথা মাতে হৰিষ কবিয়া তাতে ডেকা সবে যোলি কৰত। শৰেও ৰঙ্গে আতি বসিয়া না পাতি হৰিৰ নামক সদা কৰ। ভকতসকলে যেতে শৰৰ মুখে ভেবে হৰিকথা আনলে নত৷ ১৬৩৪ ভূঞাসকলক চাই শঙ্কৰে বুলিবে তৈলা দৌল এক বান্ধিবাক মন। সীপতে ফান্ড ভৈলা সৎ আমাত কৈলা | ভূঞগণে কৰি যতন। ভূঞগণে বোলে বাণী কালি প্ৰভাততে আনি লোকক কৰিবৰ এক ঠাই। দৌলক নকৰা ভয় পাঞ্চি দিয়ে লোকচৰ | ফৈ ফিনিক ফা পাই। ১৬৩৫ মৰাপুৰক প্ৰতি | বলৰাম মহামতি | কড়ি টা সবে লৈ গৈলা। নেৰ এক মাস কৰি কাক কলস ভৰি | পৰ আমি তোৰ পালা। দিন পাশে ঠেকিত শবেয়ে দেখি তাৰে আৰিলে।