পৃষ্ঠা:গুৰুচৰিত.djvu/৩৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অনেক যতন কৰি মূৰ্তিক নাপায়। দেখিয়োৰু হৰি আনি দিলেক ঠেকাই॥১৬১৮ পূজিবো ঈশ। ঐত সিভি হৈব। দেৱী পুল এৰি সবে লৈবে কৃষ্ণনাম। এহি বুলি কীৰ্ত্তন ঘৰক সাজিলন্ত। ভিঠি বান্ধি আসনত মূৰ্তি পিলন্ত ১৬১৯ জানো দিন ডেকাগিৰি প্ৰসাদ দিয়াই। ৰামৰম গুৰু পূজা কৰিণত যাই। পৰক হাত তুলি মূৰ্তি আছে ধৰি। কৰিলা আচত এক পাচে বিষ্ণু মিৰ ১৬২ আসনত বসি পুজা কৰিবাক চা। মূৰ্তি নাহিকয় ৰামৰামে দেখিল। বিচাৰিয়া গুৰু যেৱে মূৰ্তিক নপাই। শৰৰ ভিতি চক্ষু মেলিয়াছে চাই॥১৩২১ দেখত এগোটা মূৰ্তি ভান গাৱ হতে। মুহতে বা তৈলা চাহিয়া আহতে। পূজাৰ অধীন লাগি গৈলা পুনৰ্বাৰ। ৰামৰমে বলে কিনো মহিমা তোমাৰ।১৮২২ কৰে দেখয় কনেদেয় আনে। শৰদেৱ মহিলাকাৰ কোনে। ও সম প কৰ চৰিত্ৰ। ইহাক নিল হোৰে পায়ে পবিত্ৰ ২৩