পৃষ্ঠা:গুৰুচৰিত.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-চৰিত এহি বুলি গৌৰেৰে দিনত বিদায়। পৰিল কমতেৰ সেহি আজ্ঞা পাই॥৮৯ নৌকাত চৰিয়া ব্ৰক্ষপুৰে উজাইলন্ত। কতোদিনে আপোনাৰ ৰাজক পাইলস্ত। ঘৰঘাটে গৈয়া পাচে নৌকা চপাইলস্ত। তাম্ৰধ্বলে শুনিলেক পিতৃ আসিলন্ত ৯০ পৰম আনন্দে আগবাঢ়ি আসিল। চৰণত পৰি নমস্কাৰ কৰিলন্ত। বাঙ্গ ভাও আন্দোল কৰিা উঠি গৈলা। নগৰীয়ালোকে মহা আনলক পাইলা ১৯১ উৰণী অঙ্গনে আগ বাঢ়িয়া নিল। অমিতালি বট হাণ্ডি লৈয়া লৰিলন্ত। আহস্ত বিংশতি জন ৰাজপাটশৰী। লৰিল সকলে মৰুৱাক আগ কৰি ৯২ ৰাজাৰ আনন্দ ভৈলা তাসম্বক দেখি। প্ৰণামিলা তেসম্বেয়ে খানিক নালেখি। সিংহাসনে বসিল পাচে নৰপতি। নট ভাট গায়নে কন্ত তুতি নতি।৯৩ নগৰৰ লোক সবে ভেট কৰিলত। সহায়ে নৃপন্ডিয়ে তাম্বুল দিল। তীবৰ মহন্তক আনিল মাতি। তা বাছি সৈবে খান দিলা এমভি ৯৪