পৃষ্ঠা:গুৰুচৰিত.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেন শুনি গৌৰেৰে হৰি তৈল। সাত বৰ কায়স্থ তাই আনিল। সাত ঘৰ ব্ৰাহ্মণক আনিল বাৰৰ। ঘৰ ঘৰ কৰি শুনা লেখা দিবে ভালো লক্ষ বৰ বাছি এক ঘৰ আনিল। গোৰেৰে কামেশ্বৰ আগত দিল। কামেৰে বোলে মিত্ৰ আমি দিবো কিবা। অল্প কৰি দিকে কিছু বৰে আহে যিব॥ শুনি হষিত ভৈল পাচে কামেশ্বৰ। মন্ত্ৰীক চাহিয়া বোলে শুন মন্ত্ৰীব। খাট পালক তুলি বালিচক আনি। এৰি খুৰি কাহি বেশ আনিয়ে ইথান॥৮৬ গুৱাৰ সৰা টেমি কটাৰী আনিয়ো। সুৱৰ্ণৰ শৰাই আনি সখি আগে দিয়ে। কৰা ক্ৰীড়া বাটি আৰৰ বস্তু নানা মত। ৰাজাৰ আগত আনি দিন সময়॥৮৭ আশীখন নৌকা আনি যোগাইলন্ত আগে। তাতে চলিল পাচে। মহাভাগে। সখিক চাহি পাচে বুলি বান। তোমাৰ আগত দিলো লোৰু চৈ জন॥৮৮ পৰম মেহৰ মোৰ এ চণ্ডীৰৰ। আদিৰে আমাৰ পাশে বসৰ অৰ