পৃষ্ঠা:গুৰুচৰিত.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰিত এ কয় যেহু লাগিল বিৰােৰ। ধূলি হয়ে ৰাজ কৰি মহাক্রোধ। আয় নভৈলেক হয়ে সম মূদ্ধ। দৈব বশে দুইৰে পাচে তৈল চিত্ত শুদ্ধ।৭৯ দুইকো দুই শান্ত ভাবে মুখিলে কথা। কি কাৰণে আমি আবে যুদ্ধ কৰাে বৰা। গৌছেৰে বালে ওৰা শুনিয়ে বচন। কামেৰে মাতি পাচে কৈল সম্বোধন ১৮০ অঙ্গে অঙ্গে গৈলা গাচে ভৈলা এক ঠাই। কামোৰে বােলে ৰাজা শুনা অভিপ্রায়। হইৰে একে নাম আমি কবে আসা মিত্র। কহিল পূর্বাণৰ কথাক বিচিত্র ৮১ সাৱটি ধৰিলন্ত তা আােেৱালি। সখি কৰিব পাচে মহাৰি ভাৱে। কৰিলােহে। মিত্ৰ ইটো দেয়া থাকে যারে ॥৮২ কনৌজপুৰী কায়-ব্রাহ্মণৰ আগমন মত্র কৰি দুহান্তে আনন্দে আছে ৩থা। কামেৰে বােলে সখি শুনা এক কথা। কায়াশ চৌদ্ধ ঘৰ লােক দিয়া। নােক লাগি ভেবেসে জানােত বিয়া ১৮৩