পৃষ্ঠা:গুৰুচৰিত.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লভী সহিতে এৰি কা সাজন। অনাৰ সেৱা কৰে ৰক্ষ ৬৩ গৌড়েশৰে ৰা পাচে পাইল কতোদিন। বলিত সিটো মহা ৰপতিৰ দিন। চীবৰৰ বৰক্তি ডান পাশে যাতে চণ্ডীব মহামতি। হভ বাজাৰে দয়া কৰন্ত সম্প্ৰতি ৬৪ শুনা যেন যেন কথা ভৈলা তাত পাচে। গগৰিয়াপুৰ নামে নগৰেক আছে। ব্ৰহ্মপুত্ৰ এল বাঢ়ি আৰু ডুবায়। সিটে। বিলাতৰ শস্য দায়ে নয়॥৬৫ গৌড়েশ্বৰ আগে পোসবে খল দিল। শুনি গৌড়েশৰে ধৰ বান্ধিবে লাগিল। আনৰ কাষতে বসি ৰাজা আছে চাই। দেখ প্ৰচণ্ড জল সব বহি যাই॥৬৬ হেন দেখি ৰাজাৰ মনত মহা কে। পাত্ৰক মন্ত্ৰী চাই কৰিলা আদেশ। ৰাৰ আদেশ পাই পাত্ত মন্ত্ৰীগণে। বান্ধিবে লাগিল জন অনেক যতনে৬৭ মাটিক পেলাত ভাত লেকে অসংখ্যা। বাজাৰে বসি চাই আছ তথা।