পৃষ্ঠা:গুৰুচৰিত.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-চৰিত সাত জলিল পদে লৈ সন্ধ্যা নাম। পাই। মনোনীত বৰ সিদ্ধি ভৈলা কাম যিহেতু বৰত ভৈলা তাতে একেশ্বৰ। পৰম ধৰ্ম্মিত সিটো ভৈলা গৌড়েশ্বৰ।৫৮ তাহান তনয় পাচে ভৈলা সিন্ধুৰীয়। ইলাৱতী গৰ্ভে পাচে জন্মিলন্ত বাই। ভৈলা সিন্ধুপতি পাচে ৰাজ ৰাজেশ্বৰ। ৰূপ নাম ভৈলা পাচে সিন্ধুৰ পুত্ৰৰ। ৫৯ ৰূপৰ যশস্যা দ্বীপ-দ্বীপান্তৰে গৈলা। সিংহ নামে তান তনয় যে ভৈলা। প্ৰতাপ নামে তান আছে মহামন্ত্ৰী। লাহাৰিয়া নামে তন অনিলেক পিতৃ ৬০ কায়স্থ কুলত তেহে মহাবুদ্ধিমত। নিহজে মাৰি তান ৰাক লৈল। প্ৰতাপধ্বজ ভৈলা সিটো নগৰৰ ৰাজা। মহাধৰ্ম প্ৰতিপাল কৰে নিতে প্ৰজা॥৬১ পৰাৱতী নামে আছে প্ৰতাপৰ ভাৰ্য্যা। হল ভনাৰায়ণ ভৈলা তান গৰ্ভে ৰাজা। সাত এন ভাৰা লৈ মুখ্য পটোৰী। বপনে একোজনী যেন বিদ্যাধৰী ৩২ তী দামী আৰো বিহা। গী জানকী আৰৰ জানিবা তিলোই।