পৃষ্ঠা:গুৰুচৰিত.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৰিত একোৱে প্ৰকাৰে জান বান্ধিব নােৱাৰে। চণ্ডীৰৰে আসিলা ৰাজাক নমস্কাৰে ॥৬৭ তা দেখি ৰাজা বােলে সুপ্রসন্ন বিধি। কহিয়ো উপায় যেন কাৰ্য হােৱে সিদ্ধি। চণ্ডীবৰে কহিল নৃপতিৰ আশে। জনক বান্ধিবে বহু কাষ্ঠক যে লাগে। ৬৯ ঘৰিয়াল প্ৰকাৰে বুন্দাক কাটায়ােক। কাষ্ঠক জোঙ্গালি গােজ প্ৰকাৰে পােতক। সােলেখা প্রকাৰে চৌতি দিয়ােক উপৰে। পেলায়ােক মাটি তাত জলৰ ভিতৰে ॥৭০ এতেকে বহিবে জল কৈলাে নিষ্ঠ কৰি। দিয়ে মাটি তাত সবে চণ্ডীক সুমৰি। হেন শুনি জয় ঘােষ কৰিলা সমাজে। চণ্ডীবৰ বসিলন্ত সমাজৰ মাজে ।৭১। হত ৰাজায়ে দেখি মনে গুণিলত। পাত্ৰ কৰিবৰ বােগ্য মহা বুদ্ধিমত্ত খৰ গােট বান্ধিান্ত মহা বিপৰীত। এৰাইল প্রমাণ তােক লৈ কৃতকৃত্য ৭২ এন বান্ধি সাজ বেবে কৰিলন্ত ৰাজা। জয় গীবৰ বুলি ঘুষিলত প্রজা। হৰি মনত ভৈলা দেখিয়া ৰাজাৰ। লােৰ কৰি তুলি আপা উকাৰ ৭৩