পৃষ্ঠা:গুৰুচৰিত.djvu/২৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিত বাৰৰ পাইগো ধন্য নয়। কলিত শৰ বিনে গুৰু আন নাই। নিলাহ সামাজিক কথাৰ প্ৰস্তাৱ। হৃদয়ত ধৰা বান্ধি কৃষ্ণপদনাৰ ১১২৬ বাত্তি দিনে সাথে মাত্ৰ ইন্দ্ৰিয়ৰ সুখ। হেন গুৰু চৰণত ভৈলোহে বিমুখ। ৫ন প্ৰাণবন্ধু কৃষ্ণ দৈৱকীনন্দন। তবু পদপঙ্কজে মহোক মোৰ মন ১১২৭ শৰণ ভজন ভক্তি ৰত্নদ্বীপ পাইলো। তাক এৰি পাতকী দিনতে আখি খাইলো। চৰণে কাকূতি কৰো হে গুৰু বাপ। দিয়ে ভকতৰ সঙ্গ খণ্ড তিনি তাপ ১১২৮ হৃদয়ত দিনে দিনে বাঢ়ে পাপমল। আশা নামে সমুদ্ৰত পৰি গৈলে ল। হৰি গুৰু ভকতত নাই মোৰ ৰতি। নে এনে মগ্ন হুয়া গৈলো অবধাগতি॥১১২৯ শ্ৰৱণ কীৰ্ত্তন নাম নৰোক মুখে। ভকতৰ সঙ্গ মোৰ হৌক সুখে দুখে। হেন এবন্ধু মোৰ হুয়োক সহায়। তুমি বিনে মোহোৰ সুহৃদ আনি নাই।১১৩০ চোক সংসাৰ বন্ধু ছাড়া মোহ মায়া। শৰণাপক নাৰ কৰা আৰে জায়া কহে ৰাম মুড়ে পদ শিৰে ধৰি। কত শব্দ হোক বোলা হৰি হৰি ১১৩১ কম ফল পক্ষ