পৃষ্ঠা:গুৰুচৰিত.djvu/২৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয়। এহি বুলি ৰা তেবে মৌন হয় বৈলা। অধোমুখে বিদ্যাধৰে নীচ যোনি গৈলা॥১১২ শল্য নামে অনুৰ তাভেসে ভৈল তৈত। সেহি শাপে মৎস্য দুয়া উপজিলা ঐ বিধিৰ বচন সাফলিল। নাৰায়ণ। পঠাইলা বৈকুণ্ঠে মৎস্য কৰিয়া ভোজন॥১১২১ ইসব কাক আবে এহিমনে থও। শুনা সভাসদ উৰ্দ্ধবাহু কৰি কওঁ।। মাধৱৰ মুখে ইটো কথা শুনিলো। বামন পুৰাণ শাস্ত্ৰে বিচাৰি দেখিলে ১২২ সৰ্বজয় হৰিহৰি উদাৰ গহন। হৰি ৰাম ৰাম নাৰায়ণ অনাৰ্দন। জয়তিৰ মাধৱ বললাম গোকুলচাল। ভজাইলন্ত গুৰু ভকতিৰ পাতি ফাল ১১২২ আসাৰ জ আৱে আমাৰ মিলেকি। সমস্ত ভকতে আশীৰ্বাদ কৰা মোক। শুনা সভাসদ সবে মন ধিৰ কৰি। বৈকুঠৰ পৰা যদি নামি আসে হৰি॥১১২৪ হাতে হাতে ধৰি যদি তেহে লৈয়া যাই। সংস পাত ভৈলে পৰিবে দুনাই। কৰ চৰিত্ৰ ইটো শুনা সৰ্বজন। কৈত কেতিক্ষণে পৰে অথিৰ জীৱন॥১১১৫