পৃষ্ঠা:গুৰুচৰিত.djvu/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাত খান হাওলাত লগাই আছে ব্যক্তি। এবাশয় অগনি নানয় দিন ৰাতি। পোহাইলত বনী কুসুমে মনে নি। তিনি বৰে গৈলা বস্ত্ৰ বিত দমাই আনি। ও চাহিবাক হয় মাধৱ আহা আসি। খুৰ বুলি কুমেয়ে মাতিছ হাসি। ওনা দুয়ো এনে আবে মোয়হৰ বচন। দান দিবে তোৰ দুয়ো চলিয়ো এখন পশ্চিমৰ তাৰে দুই ভায়ে দান দিয়া। যাক লাগে বাছিয়া ভূঞাক লগে নিয়া। নি তেতিক্ষণে দুয়ো ভাই চলি গৈলা। হয়ে ভিতি হুয়া পাচে দান দিবে লৈ। পুৱৰ দুৱাৰে বুঢ়াক পাঞ্চি দিলা। মাতামহ ৰামগিৰি দক্ষিণে চলি। ৯৯ আহত পণ্ডিত যত সভাৰ মধ্যত। কুসুমে আপুনি তাসক অৰ্জিত। পণ্ডিতমণ্ডলী বহু বিপ্ৰ অসংখ্যা। সবে মাতয় কুসুম তুলি হাত ১১ ব্ৰণবৰ লাগি গৈল হৰ হৰি। উপৰ উপৰি হয়। পৰে দশে কুৰি। কিক গৰা বুলি চাৱা উলটি। কোধে হাত কামুলি পায়ে টা।১১