পৃষ্ঠা:গুৰুচৰিত.djvu/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মনিই যেহেন মৃগৰ মানে আছে। পিতৃ মাতৃ বন্ধু মাত্ৰ শঙ্কৰৰ কাছে। তা সবে কেহহ নেদেখল্প সিটো ৰণ। আনো লোকে দেখি তাক লৈ অহা চুপ।১•১ মহা মৰকত যেন শঙ্কৰ কান্তি। মুখ পৰ প্ৰকাশে পৰ যেন পাত্তি। নেদেয় কেহো কাকো আছে আৰ কৰি। কেহো এনে দেখাৱে আঙ্গুলি তৰি ভৰি। ১০২ হিৰ হিৰ লাগিলে সকল সমাজে। গিৰ গিৰ কৰিয়া যেহেন মেঘে গায়ে। সৌহিত্যৰ অলৰ লাগি বৰ তোল। তাৰ ধ্বনি পাইলেক স্বৰ্গৰ যেন কোল ৯০০ কেহে লোক দেখয় যেহেন অন্ধকাৰ। বিমোহিত ভৈলা কেহো দেখি চমৎকাৰ। হেন ভাৱে প্ৰভূ সভা মা আছে ৩ছি। অগনি কণিকা যেন জমে আছে পুতি।৯০৪ সমৰ লোকৰ লাগিল উনি। বিলে ভেবেসে আনিলা দিদিশ। সুস্থ ভৈলা ভেবে পাচে সবাইৰে মন। এলে এতে চাই শৰে বোল বচন ১৫ পূৰ্বৱতে কথা শোকে কহিৰে লাগিল। শ। এখানে মায়াক পাললি।