পৃষ্ঠা:গুৰুচৰিত.djvu/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পিতে কুসুমৰ ওচৰ নপাৱে। উটিয়া দুখ মনে দুৱৰক বাৰে। দান দিলা তিনি দ্বাৰে সজা ভৈল সাজ। ব্ৰাহ্মণক বিহাইলত তিনি শত গাঙ্গ। ৯১২ জান পায়া গৈল সবে বিপ্ন মহাবলী। সবান্ধৱে কুসুমে গৃহক গৈলা চলি। জাতি সমস্তকে ভোজ দিলা ৰ মনে। সৰৰ পূৰিলা মন বসনে ভূষণে ৯১৩ মনে বোলত আবে ভৈলা কৃতকৃত্য। পিতা পুত্ৰে খাতে কৰত বসি নৃত্য। ভোন কৰিয়া জ্ঞাতিগণে চলি গৈল। আনলে কুসুমে আপুনাৰ ঘৰে ৰৈল। ৯১৪ গান দক্ষিণাৰ কথা এহিমানে থও। শুনা আতপৰে শৰৰ কথা কওঁ। শদেৱৰ আসি ভৈল তিনি মাস। মৰ ঠগে দেখাই কৰে অহাস। ৯১৫ নিতে নিতে বাঢ়ে কায় পূৰ্ণ সম। মহা ফাতিমত আতি কাপ নিৰুপম। পৰ লাৱণ্য মূৰ্তি শিশু সুমাৰ। জিৰে ঠাই নাই জানো উপমাৰু তাৰ ৯১৬ মুখ ৩ দেখি আঙি যেন পূৰ্ণ। সদায়ে গুতিয়া কয় যেন ই।