পৃষ্ঠা:গুৰুচৰিত.djvu/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় এ ১০ সুৰ্যৰ বৰণ কোলে লয়ে সৰ্বক্ষণে ১৮২৫ দেখি কুমৰ | হৰিব বিস্তৰ | আনন্দৰ সীমা নাই। শৰত মন | দিয়া সৰ্বক্ষণ | থাকে পুমুখ চাই। মেহত আকুল যেন পদ্মফুল পদ্মৰ মাজে ফুলিল। আনন্দিত আতি শঙ্কৰত ৰক্তি | সবাৰৰ চিত্ত মজিল॥৮২৬ এক দিন আৰো ৰাম ৰাম বৰু শুনিয়োক যেন কৈলা।। উমলি ফুৰন্তে | শঙ্কৰ সহিতে মাত কথা দুয়ো ভৈলা। ৰাম মহাভাগে শঙ্কৰৰ আগ | ভৈলা গৈয়া উপসৰ। দেখিয়া শঙ্কৰে ৰঙ্গ আতি কৰে | আনন্দে মন মগন ৮২৭ শৰৰ কাছে | বসিল পাচে ৰাম ৰাম মহামতি। গুনা গুৰুপুত্ৰ। | শৰে বোল মোৰু কথা কৰা ৰতি।