সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তেন বিপৰীত দেখতে মহা বিস্ময়। মুখপদ্ম পান্তি চন্দ্ৰমাৰ কান্তি জ্বলে আতি ৰত্নময়। নয়ন দুতয় পদ্মপুষ্প নয় কৰ্ণ দুই ৰুচিক। হাকাৰ মাথা? শোভ কেশ যত ৰাতুল দুই অধৰ॥৮২৩ নাসিকা সুন্দৰ সিংহবন্ধ কঙ্ক সুৱলিত বাহু দুই। দশাঙ্গুলিচয় | যেন প্ৰকাশ চাল কেলি সম নুই। বাহু বক্ষস্থল দেখতে উজ্জ্বল গম্ভীৰ নাতি কমল। জ্বলে কটিতটে কৰে ফটফট, | উৰু দুই ৰামকল॥৮২৪। দুই জাদু কচ্ছ। | পতন। | আঙ্গুলি পঙ্কজ পাসি। মহা মনোহৰ | ৰূপ শহুৰৰ মুখে মল মন্দ হাসি। দেখি বুঢ়ীআই শঙ্কৰক চাই আনলে মগন মনে।