পৃষ্ঠা:গুৰুচৰিত.djvu/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুচৰিত পূৰ্বাপৰ কথা কহিল তা | শঙ্কৰে মনত বলে। কৈলা যত যত কথাক সমস্ত বসি দুয়ো একসঙ্গে ১৮২৮ বোল শঙ্কৰে | না নিৰে | আমি সনাতন হৰি।। তুমি গুৰু ব্ৰহ্মা। | জগতকে সুজা আছা আসি অৱতৰি। হেন বাণী শুনি। | কিছেক বুলি | বসি আছ ৰামৰাম। নমস্কাৰ কৰি | বচনে সাদৰি | কৰিব পৰণাম॥৮২৯ পূৰ্বাপৰ যত কথা কহিলন্ত গুৰুৰ পুত্ৰৰ আগে। দেখি বুঢ়ীআই আৰ হুয়া চাই হাসে মহা অনুৰাগে। কিবা কথা কত্ত বুলিয়ো নপান্ত কাণ পাতি মহাজে। বেৰৰ জালায় | নিৰিখি আছয় আছে দেখি এক সঙ্গে ১৮৩০ কিবা কৰা বুলি শৰক তুলি লৈয়া হাসে নখলি।