পৃষ্ঠা:গুৰুচৰিত.djvu/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় খণ্ড থাকিল কুমদেৰ আপন জনে। শৰ মুখক চুম্বন্ত এনে খনে॥৮১৯ অনৰে আৰু তেবে কৰিলা ভাৰ্যাৰ। এহিমানে কৰ্ম শুনা গৈল সিদিনাৰ। ইসব সমস্যা যত কৈলা শঙ্কৰৰ। বাদিয়াৰ মৰ্শকৰ্মী শক্তি ঈশ্বৰৰ॥৮২০ বোড়শ বিংশতি দিন গৈল এহি কথা। কৰিলা শঙ্কৰদেৱে যেন বেন তথা। দুড়ী না আতপৰে কীড়ি শঙ্কৰে মনুষ্য চেষ্টা দেখায়। যেহেন সজনে শিশু সৰ্বক্ষণে শষ্যাত থাকে সদায়॥৮২১ দেখি কুসুম | হৰিষ বিস্তৰ শঙ্কৰৰ দেখি কৰ্ম্ম। দুইখান ভৰি | পিলা যেন কৰি | কহে তেবে শুনা মৰ্ম্ম। মন্ত শঙ্কৰ | গৌৰ কলেৱৰ | পূৰ্ণচত্ৰ সমসৰ। শৰীৰৰ কান্তি দেখি নৱ কাতি এ যেন সুন্দৰ।