পৃষ্ঠা:গুৰুচৰিত.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তাৰীসকলক নমস্কাৰ কৰি মনে। শৰ যত গুণ বাইবো যতনে॥ কত জনৰ শৰুৰেৰে নৱনিধি। তাহা স্মৰণে আৰম্ভ হোক সিদ্ধি। হৃদয়পদ্মত শঙ্কৰক মনে খৰি। বৰ্ণাইবোহহা লীলা তান না কীভৰি ১০ শৰ জন্মকথা পাচত কহিবো। এথমতে উপৰি বংশৰ লেখা দিবে। ভক্তসকলক মই কৰে নমস্কাৰ। বঢ়া টুট দোষ যত ক্ষমি আমাৰ॥১১ মমা হেন বুলি মোৰ নধৰোক মন। মাধৱত পৰে নাহি মহত গহন। মোহোৰ সৎসঙ্গ মাধৱত পৰে নাই। ৰচিবোহহ পদ মই ভান আজ্ঞা পাই।১২ তাসে বান্ধৰ মোৰ আন নাই নাই। কৃপাময় নিগুৰু দিল দেই। বঢ়া টুটা যত দোষ ক্ষমিহা মনে। একেবাৰে মোহো সৰাৰ ৰণে॥১৩ যৈতে তৈত হৌক জন্ম মোৰ কৰ্ম্মফলে। পশিলেশ নাথ তব পদতলে। সকালে জন্মি তৈলা ভঙ্গে দুবাশয়। পাৰ গুৰ নতৈলো পৰি।১৪