পৃষ্ঠা:গুৰুচৰিত.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তি আ ল য়ায় ভূত্যক সতি। তুমি বিনে আৱৰ নাহিকে মোৰ গতি। না সৰ্বজনে আবে শৰ চৰি। তনি শচয়ে কৰে পাপীক পৱিত্ৰ ১৫ সংসাৰ তাপত পৰি আছে যিটোন। কবিনে নাহি নানা সংসাৰ তৰ যদি কোনো এনে পাকসেৱয়। তান কৃপা ভৈলসে পাতক নিৰয় ১৬ সাধন সৎসঙ্গ না ফলক দেখাৱে। তেবেসে জানিবা কল সংলক পাৰে। সান সৎসঙ্গ নৰে পাৰে তেবে যাই। তিনিয়ো সৎসঙ্গ আবে কহিবো বুজাই॥১৭ এমে গুৰুক যিজনে চিনায়। শাধন সৎ গুৰু তাহাক হয়। ফসৎসঙ্গৰ আদি জানিবৰ শৰ। গুৰু ৰূপ ধৰি আইলা প্ৰভু গদাধৰ।১৮ একান্ত ভকতাব সাধৰ্মী সৎসঙ্গ। কৰি সে তাসষাৰ মাগো আমি সয়। গুৰুৰ সতে আৰে মোৰ ৰতি হোক। মাধৱ আদি যত আছে ভলোক ১৯ সৰ সৰু মোৰ নৰোৰু মনে। কাহা এই