পৃষ্ঠা:গুৰুচৰিত.djvu/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গালে মুখে দিয়া হাত খে পুলি নাৰদে শুনিয়া দিল হক। শুনিয়া কহিলা কথা বুঢ়ীয়ে থাকিলা তা | নিধানে গৈল না। সূৰ্যবৰ কুম্বমত হেন কথা কহিল, একচিত্তে শুনা সভাসদ।৭২৬ কুমমেয়ে অনন্তৰে শুনিয়োক নিৰন্তৰে | সিদিনৰ পিণ্ড দিল যাই। গুনা সাধু সভাসদ গুৰুৰ চৰিত্ৰ পদ আক কৈলে হৰি গুৰু পাই। গুৰুপদ ধৰি মনে ভ্ৰমিকে সৰ্বক্ষণে তা বিনে সে আন নাই। তান পদে কৰা ৰতি নকৰিবা অনিমতি ইহ পৰলোকে তা পায়।৭২৭ সংসাৰ সাগৰ সিন্ধু গুৰু বিনে নাহি ৰন্ধু ভান পদে ধৰা সবে চাপি। মোৰ দোৰ পৰিহৰি পি আৰুকৰ ভৰি | চৰণে ধৰিয়া ৰোলো পাপ। দৈৱকী নন্দন দে, ও পদে কৰে সেৱ | তুমি মোৰ আৰা নিৰ প্ৰাণ। কৰা কলা মোক বাপ এগিয়ে সংসাৰ তাপ তুমি বিনে দেৰ নাহি আন ৭২৮