পৃষ্ঠা:গুৰুচৰিত.djvu/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তুমি সৰ্বসাক্ষী ভকতক ফু ৰাতি খবা নানাবিধ অৱতাৰ। কোনে তবু পাইবে সীমা তোমাৰ যত মহিমা আদি অন্ত নাহিকে যাহাৰ ৭২৩ নমো নমো নাৰায়ণ সব পাপ বিনাশন | গতৰ পিতা মাতা গতি। মষে নো যোগেশ নমো নমো গদাধৰ ক দায়া আমাক সম্প্ৰতি। নমো পীতাম্বৰ দেৱ দেৱ হৃদীশ্বৰ পাৱে কৰৰ সহস্ৰ প্ৰণতি। কৰা মোক পৰিৱাণ তুমি বিনে নাহি আন মো দেৱ পতিতৰ গতি॥৭২৪ এৰ আত্মাৰাম | স্মৰণতে সৰ্বকাৰ কৰা সিদ্ধি ভকত বাহিত। নমো গতৰ ধাম মই মহা দীন বা | ভকত নৰ তুমি হিত। এহি বুলি মহামুনি মৌনে ৰৈলা মনে খি | শৱৰৰ চৰণক চাই। ৰে আছ বসি | কেন পূৰ্ণিমা শশী ওচৰতে আ বুঢ়ীই ৫৭২ বিক বিদায় দিলাশয়ৰ নিৰে ৰৈ বুঢ়ীই দেখি আয়।